জয়মতীৰ স্মৃতি বহন কৰিছে এখন ভেলাঘৰে

0 330

মাঘ বিহুলৈ মাজতে আৰু কেইটামান দিন বাকী আছে।এনে সময়তে এখন ভেলাঘৰে বিশেষ চৰ্চা লাভ কৰিছে।গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ আৰ্হিত মায়াবী ভেলাঘৰ সমিতিয়ে ভেলাঘৰ নিৰ্মাণ কৰিছে।পথাৰৰ নৰা, বাৰীৰ কাঠ কাটি ভোলাগুৰি চাহৰ বাগিছা  নিৰ্মাণ কৰিছে।জ্যোতি প্ৰসাদৰ আৱক্ষ মূৰ্তি আৰু জয়মতীক শাস্তি প্ৰদান কৰা জেৰেঙা পথাৰ,চাউদাং,জয়মতী প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে।এই প্ৰচেষ্টাটোৰ অংশীদাৰ হৈ আছে বৰাণীপথাৰৰ একাংশ জনগণ।যি সময়ত অসমীয়া কৃষ্টি সংকটৰ দিশে অগ্ৰসৰ হৈছে সেই সময়ত মায়াবী ভেলাঘৰ সমিতিয়ে গ্ৰহণ কৰা প্ৰচেষ্টাই প্ৰজন্মৰ মাজত বিশেষ প্ৰভাৱ পেলাইছে ।সহযোগ কৰিলে গহপুৰৰ পৰা শ্ৰীমন্ত দাসে।

Leave A Reply

Your email address will not be published.