জয়শ্ৰী গগৈৰ সাফল্য

0 285

ছ’নি টি ভিৰ ৰিয়েলিটি শ্ব’ জনপ্ৰিয় নৃত্য প্ৰতিযোগিতাত ছুপাৰ ড্যান্স ছিজন ৩ৰ শীৰ্ষ ৫ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ জয়শ্ৰী গগৈয়ে। গুৱাহাটী ছয়মাইলৰ দিলীপ ডান্স একাডেমীৰ জয়শ্ৰী গগৈয়ে নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।উল্লেখযোগ্য যে ছিজন-৩ শীৰ্ষ ৫ গৰাকীৰ মাজত স্থান লাভ কৰাৰ খবৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

Leave A Reply

Your email address will not be published.