ডিজাইনাৰ সংযুক্তা দত্তৰ অন্য এক পদক্ষেপ

0 468

অসমীয়া পৰম্পৰাগত হস্ততাঁত আৰু বস্ত্ৰশিল্পক প্ৰসাৰৰ বাবে উদ্যোগ লোৱা উদ্যমীসকলৰ ভিতৰত ডিজাইনাৰ সংযুক্তা দত্ত অন্যতম ।অসমীয়া চাদৰ মেখেলাক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিয়াৰ বাবে গুৱাহাটীৰ সংযুক্তা দত্তই বিভিন্ন সময়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে।শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত এফ ডি চি আইৰ ফেশ্বন শ্বত ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা চাদৰ মেখেলা বলিউদৰ অভিনেত্ৰী কৰিস্মা কাপুৰে পিন্ধি ৰেম্পত খোজ কাঢ়ে।চাদৰ মেখেলাক ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰসাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে সমূহ অসমবাসীৰ প্ৰশংসা বুুুটলিবলৈ সক্ষম হৈছে  ।

Leave A Reply

Your email address will not be published.