অসমীয়া পৰম্পৰাগত হস্ততাঁত আৰু বস্ত্ৰশিল্পক প্ৰসাৰৰ বাবে উদ্যোগ লোৱা উদ্যমীসকলৰ ভিতৰত ডিজাইনাৰ সংযুক্তা দত্ত অন্যতম ।অসমীয়া চাদৰ মেখেলাক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিয়াৰ বাবে গুৱাহাটীৰ সংযুক্তা দত্তই বিভিন্ন সময়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে।শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত এফ ডি চি আইৰ ফেশ্বন শ্বত ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা চাদৰ মেখেলা বলিউদৰ অভিনেত্ৰী কৰিস্মা কাপুৰে পিন্ধি ৰেম্পত খোজ কাঢ়ে।চাদৰ মেখেলাক ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰসাৰৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে সমূহ অসমবাসীৰ প্ৰশংসা বুুুটলিবলৈ সক্ষম হৈছে ।
Trending
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
- বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে