অসমীয়া ভাষাক লৈ সততে বাক বিতণ্ডা চলি আহিছে।অফিচ কাছাৰী সকলোতে ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্রত জনসাধাৰণ বহু সমস্যাৰ সন্মুখীন হৈছে।নৱবৰ্ষৰ প্ৰথমটো সপ্তাহতে আন এক সুখবৰে বাতৰিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।বৃহস্পতিবাৰে ডিব্ৰুগড় আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিৎ কুমাৰ বৰুৱাই আদালতৰ সকলো কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।চৰকাৰী ভাষা আইন অনুসৰি কাৰ্যালয়ৰ সকলো কাম কাজ যেনে দৰ্খাস্ত,টোকা আদিত যথাসম্ভৱ অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।ডিব্ৰুগড়ৰ দণ্ডাধীশৰ এই আদৰ্শ নিশ্চয়কৈ লেখত ল’বলগীয়া।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ