তথ্য প্ৰযুক্তি ক্ষেত্ৰলৈ সুখবৰ

0 226

WhatsApp Image 2017-10-23 at 5.43.16 PM

তথ্য প্ৰযুক্তি ক্ষেত্ৰখনক আগুৱাই নিবলৈ চৰকাৰে ২০১৭ বৰ্ষত বহুকেইটা প্ৰযুক্তিৰ নীতি হাতত লৈছে। সেই সমূহ হ’ল-

১. বিনিয়োগকাৰীক দীঘলীয়া ম্যাদত ৰেহাই দৰত IT park ত স্থান লীজত দিয়া।

২. Electronic System Design Manufacturing ৰ ক্ষেত্ৰত বিকাশৰ বাবে উদ্ভাৱনী কেন্দ্ৰ স্থাপন কৰি উদ্যোগী আৰু কোম্পানী সমুহক ব্যৱসায়িক উৎপাদন পৰ্য্যায়লৈকে সুবিধা প্ৰদান কৰা ।

৩. “Assam ESDM companies ” (Make in Assam)সমুহক ESDM কোম্পানী বজাৰত অগ্ৰাধিকাৰ দিয়া ।

৪. তথ্য প্ৰযুক্তিৰ গৱেষণা আৰু নবীকৰণৰ বাবে বিভিন্ন উচ্চ শিক্ষাৰ অনুষ্ঠানলৈ প্ৰত্যেক বছৰে ৩ কোটি টকাৰ আৰ্থিক বৰঙণি আগবঢ়োৱা।

৫. নতুন তথ্য প্ৰযুক্তি সক্ষম উদ্যোগৰ ক্ষেত্ৰত প্ৰত্যেক নিৰ্ধাৰিত বিষয়/সামগ্ৰীৰ বাবে মূলধন সহায় হিচাপে ১,২০,০০০/- আগবঢ়োৱা যাৰ উচ্চ সীমা ৩০ কোটি টকা ধাৰ্য কৰা হৈছে ।

it

৬. IT/IT Enabled Service / ESDM park developer সকলক Stamp duty, Registration fee, Conversion fee on sale, Lease, Transfer of property ৰ ক্ষেত্ৰত ১০০% ৰেহাই দিয়া হয়।

৭. ব্যৱসায়িক উৎপাদন আৰম্ভ কৰাৰ পাছত যোগ্য বিবেচিত IT / ITes unit সমূহক বিদ্যুৎ মাচুল ৰেহাই দিয়া হ’ব।

৮. প্ৰত্যেক নিয়োজিত কৰ্মচাৰীৰ বাবে ১০,০০০ টকাৰ আৰ্থিক প্ৰোৎসাহন (Lease Rental Incentive)।

৯. ৰাজ্যৰ উদ্যোগিক নীতিৰ আধাৰত IT / ITes unit সমুহক SGST ৰ ব্যয়পূৰণ (Reimbursement )।

১০. Patent filing e-waste management, AVGC Sector আৰু দিব্যাংগ সকলৰ বাবে বিশেষ অনুদান প্ৰদান।

Leave A Reply

Your email address will not be published.