ষ্টেচন সমূহৰ আধুনিকীৰণ আৰু ডিজিটেল সেৱাৰ প্ৰয়োগেৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ অধীনস্থ তিনিচুকীয়া ৰেলমণ্ডল অন্যতম ৰেলমণ্ডল হিচাপে পৰিগণিত হৈছে। ভাৰতীয় ৰেলৱেত থকা আধুনিক সা সুবিধা সমূহ যেনে অনলাইনত টিকট ক্ৰয় , যাত্ৰী সমূহৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচেঞ্জাৰ হেল্প লাইন নম্বৰ, মুকলি কৈ ৰখা ,ষ্টেচনত এল ই দি বাল্ব আদি ব্যৱহাৰকে আদি কৰি ডিব্ৰুগড় মৰিয়নী ষ্টেচনত ফাষ্ট ফুড ইউনিত আদিৰ ব্যৱস্থাৰে যাত্ৰী সকলক সুবিধা প্ৰদান কৰি আহিছে। ষ্টেচন সমূহ চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰততো মণ্ডল টোৱে বিশেষ ভূমিকা পালন কৰিছে। বৈদ্যুতিক শক্তি সংৰক্ষণৰ ক্ষেত্ৰতো ১০০শতাংশ এল ই দি লাইট ব্যৱহাৰৰে উত্তৰ পূব মণ্ডলৰ ভিতৰতে অভিলেখ গঢ়িব সক্ষম হৈছে।ৰেলযাত্ৰী সকলক সুচল আৰু স্বাস্থ্য সন্মত ভ্ৰমণৰ সুবিধা প্ৰদানত তিনিচুকীয়া ৰেল মণ্ডলে বিশেষ ভূমিকা পালন কৰিছে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে জন সম্পৰ্কৰক্ষী বিষয়া প্ৰণৱ জ্যোতি শৰ্মাই।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন