তাহানিৰ বৃহত্তৰ কামৰূপ আৰু বৰ্তমান বৰপেটা জিলাৰ অধীনৰ দহলাপাৰা নামৰ তেনেই অনগ্রসৰ গাঁৱ আৰু অশিক্ষিত পৰিয়ালত জনম লৈ পিছত উচ্চ শিক্ষিত হৈ “উত্তৰ বৰনগৰ মধ্য ইংৰাজী বিদ্যালয়” নিজে প্ৰতিষ্ঠা কৰি নিজে প্ৰধান শিক্ষক পদ অলংকৃত কৰা সদ্য প্ৰয়াত উত্তৰাৰাম দাসৰ স্বৰচিত নটা কবিতা, এটা নিবন্ধ, এটা চুটিগল্প আৰু আত্মীয়-স্ৰজনৰ স্মৃতিচাৰণ বিষয়ক ৰচনাৰে সমৃদ্ধ “স্মৃতিগ্ৰন্থ” এখনি কালি এক গাম্ভীর্যপূৰ্ণ পৰিৱেশত তেখেতৰ বাসগৃহত উন্মোচন কৰা হয়। কবি, লেখক অক্ষেন্দ্ৰ কুমাৰ সিংহই সম্পাদনা কৰা স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে সৰবৰহী ব্যক্তি ভগবান চন্দ্র উজিৰে। স্বাধীন চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা সভাত শিক্ষাবিদ বাণীকান্ত দাস, প্ৰাক্তন শিক্ষক নৃপেন দাস, খনীন্দ্ৰ চন্দ্র দাসে বক্তব্য দাঙি ধৰি উত্তৰাৰাম দাসৰ বহুমূখী প্ৰতিভা, গাঁৱখনৰ প্ৰতি দায়বদ্ধতা আদিৰ ওপৰত সাবলীল ভাৱে কয়।
Trending
- মুখ্যমন্ত্ৰীক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ