গুৱাহাটী সৰুসজাঁইৰ ষ্টেডিয়ামত ২৪মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ অনুষ্ঠিত হৈ থকা নৰ্থ-ইষ্ট মাষ্টাৰ্ছ এথলেটিকছ ৪০ ঊৰ্ধ্বৰ প্ৰতিযোগিতাত জয় যাত্ৰা অব্যাহত ৰাখিছে দীপামণি ডেকাই।মঙ্গগলদৈৰ উদমাৰী দীপামণিয়ে ৪০০,৮০০, ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিছে ।উল্লেখ্য যে এইগৰাকী দৌৰবিদে ইতিমধ্যে অসম তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকো অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান