ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অধীনত ৩ ডিচেম্বৰৰ পৰা ১২ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে দুঃসাহসিক ক্ৰীড়াৰ এলানি প্ৰশিক্ষণ।অৰুণাচলপ্ৰদেশ, মেঘালয়,মণিপুৰ,মিজোৰাম,নগালেণ্ডৰ লগতে অসমৰ ২৫গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।এই সম্পৰ্কে আই আই ইৰ সঞ্চালক ডক্টৰ অভিজিত শৰ্মাই কয় যে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে দুঃসাহসিক ক্ৰীড়াক আগবঢ়ায় নিবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।আমাৰ আশা প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি সংস্থাপিত হোৱাৰ লগতে অঞ্চলটোক আগবঢ়ায় নিব।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান