নতুন মন্ত্ৰী সভাত কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিলে

0 300

হিমন্ত মন্ত্ৰী সভাৰ মন্ত্ৰীসকলৰ দপ্তৰ সমূহ হ`ল এনেধৰণৰ-
১) মুখ্যমন্ত্ৰী : গৃহ, পি ডব্লিউ ডি, পাৰ্চনেল বিভাগ
২) কেশৱ মহন্ত : স্বাস্থ্য, তথ্য আৰু প্ৰযুক্তি
৩) ইউ জি ব্ৰহ্ম : হস্ততাঁত, ভূমি সংৰক্ষণ বিভাগ
৪) চন্দ্ৰমোহন পাটোৱাৰী : পৰিবহন, উদ্যোগ, সংখ্যালঘূ উন্নয়ন
৫) অশোক সিংহাল : গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন, জলসিঞ্চন বিভাগ
৬) অজন্তা নেওগ : বিত্ত, সমাজ কল্যাণ
৭) পিযুষ হাজৰিকা : সংসদীয় পৰিক্ৰমা, জনসংযোগ, জলসম্পদ
৮) ৰনোজ পেগু : শিক্ষা, জনজাতি উন্নয়ন
৯) ৰঞ্জিত দাস : পঞ্চায়ত, গ্ৰাম্য উন্নয়ন, খাদ্য আৰু অসাৰিক যোগান বিভাগ
১০) যোগেন মহন : ৰাজহ আৰু দুৰ্যোগ বিভাগ
১১) অতুল বৰা : কৃষি, পশুপালন, অসম চুক্তি ৰূপায়ন
১২) পৰিমল শুক্লবৈদ্য : আবকাৰী,।বন, মীন
১৩) সঞ্জয় কিষাণ : চাহ জনজাতি উন্নয়ন, শ্ৰম বিভাগ
১৪) বিমল বৰা : সাংস্কৃতিক, ক্ৰীড়া আৰু যুৱ কল্যাণ,শক্তি আৰু পৰ্যটন বিভাগ

Leave A Reply

Your email address will not be published.