আজি আন্তৰ্জাতিক নাৰী দিৱস।এই দিৱসৰ পবিত্ৰ দিনটোত টীয়কৰ বিধায়িকা তথা বৰ্তমান মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই প্ৰতিগৰাকী নাৰীক জনাইছে শুভেচ্ছা।উল্লেখযোগ্য যে কালি ১০২নং টীয়ক বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন প্ৰতিদন্দিতা কৰিবলৈ পুনৰ প্ৰাৰ্থীত্ব লাভ কৰি উৎফুল্লিত ৰাজখোৱাই পুৱা গোসাঁইঘৰত বন্তি জ্বলাই গৃহত উপস্থিত প্ৰতিগৰাকী কৰ্মী শুভাকাংক্ষীক নিজ হাতে আপ্যায়ন কৰি এই বিশেষ দিনটোত আগন্তুক নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে। এগৰাকী নাৰী হিচাপে ঘৰুৱা সকলো কামকাজ কৰাৰ সমান্তৰালকৈ স্বাধীনচেতিয়াভাৱে নিজ নিজ কৰ্মত অগ্ৰসৰ হৈ নাৰীৰ শক্তি প্ৰদৰ্শন কৰি সমাজখন আগুৱাই নিবলৈ আহ্বান জনাইছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন