নাৰী সৱলীকৰণৰ বিজ্ঞাপনত হাড়গিলাৰাণী

0 240

ব্যতিক্ৰমী চিন্তাৰে উদ্ভাসিত হোৱা এগৰাকী উদ্যমী মহিলা। নাম পূৰ্ণিমা দেৱী বৰ্মন।সম্প্ৰতি সময়ত হাড়গিলা পক্ষী সংৰক্ষণৰ বাবে মহিলা গৰাকীয়ে ব্যাপক চৰ্চা লাভ কৰিছে। দেশৰ আগশাৰী ডিজাইনাৰ অনিতা ডংৰেৰ এটা বিজ্ঞাপনত কৰিণা কাপুৰৰ সৈতে অংশ লৈছে। নাৰী সৱলীকৰণৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা বিজ্ঞাপনটোত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতো যে মহিলাই সবল ভূমিকা গ্ৰহণ কৰিব পাৰে তাক প্ৰতিফলিত কৰিছে।এই বিজ্ঞাপনটোত আন তিনি গৰাকী উদ্যমী মহিলাই অংশ লৈছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ইতিপূৰ্বে তেখেতে গ্ৰীণ অস্কাৰ বঁটা লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.