ন্যাসৰ ৱেবচাইট উন্মোচন

0 226

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কালি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰী সভাকক্ষত অসম সাংস্কৃতিক ন্যাসৰ এখন সাধাৰণ বৈঠকত অনুষ্ঠিত হয়।এই বৈঠকত মুখ্যমন্ত্ৰীয়ে ন্যাসে এতিয়ালৈকে গ্ৰহণ কৰা কাম কাজ সমূহৰ পৰ্য্যালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সাংস্কৃতিক বৈভৱ আৰু ন্যাসৰ কাম কাজৰ তথ্য সমূহ অৱলোকনৰে আৰম্ভ কৰা ন্যাসৰ ৱেবচাইটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে।বৈঠকত মুখ্যমন্ত্ৰীয়ে মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক বৈভৱ আৰু ন্যাসৰ কাম কাজৰ তথ্য সমূহ অৱলোকনৰে আৰম্ভ কৰা ন্যাসৰ ৱেবচাইটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে।বৈঠকত মুখ্যমন্ত্ৰীয়ে মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি সাংস্কৃতিক কেন্দ্ৰৰ ৰাজহ আহৰণ বৃদ্ধিৰ পদক্ষেপ ল’বলৈ ন্যাসৰ সদস্য সকলক কয় ।

Leave A Reply

Your email address will not be published.