উত্তৰ পূৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পোহনীয়া জন্তুৰ ফটোগ্ৰাফী প্ৰতিযোগিতা। ক’ভিড কেন্দ্ৰিক পৰিস্থিতি বাবে এই প্ৰতিযোগিতা চ’চিয়েল মেডিয়াৰ জৰিয়তে অনুষ্ঠিত হয়।যোৱা ১৫ অক্টোবৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ১০০ৰো অধিক পোহনীয়া কুকুৰে অংশগ্ৰহণ কৰে। তাৰে ভিতৰত ১২ টা বিজয়ী হিচাপে ঘোষণা কৰে। জানিব পৰা মতে যিকেইটা কুকুৰক বিজয়ী হিচাপে ঘোষণা কৰা হৈছে তেওঁলোকক কেলেণ্ডাৰৰ ফটোগ্ৰাফী নিৰ্বাচন কৰিব।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী