গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ পৰিবেশ সুৰক্ষাৰ দিশত গ্ৰহণ কৰি অহা অৱদান আৰু পৰিবেশ সচেতনতা বিষয়ত লোৱা ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গ্ৰীনটেক পুৰস্কাৰ’ লাভ কৰিবলৈ সক্ষম হৈছে। এই পুৰস্কাৰ প্ৰদান কৰিছে নতুন দিল্লীস্থিত সৰ্বভাৰতীয় পৰিবেশ সংস্থা গ্ৰীনটেক উদ্যোগে। ২৫ আগষ্টত গ্ৰীনটেক ফাউণ্ডেশ্যনে গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূর্ণ অনুষ্ঠানত এই বঁটা সমূহীয়াকৈ প্ৰদান কৰা হয়। বঁটা বিতৰণী সভাত।অসম প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড০ অৰুপ মিশ্ৰ, অসম চৰকাৰৰ পৰিবেশ নিয়ন্ত্ৰণ বিভাগৰ অতিৰিক্ত অধ্যক্ষৰ লগতে অসম পৰিবেশ নিয়ন্ত্ৰণ বৰ্ডৰ সচিব সদস্য শান্তনু দত্ত উপস্থিত থাকে। গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ হৈ বটা গ্ৰহণ কৰে বিমানবন্দৰটোৰ উপ-সভাপতি শান্তনু ঘোষে।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী