বাঁহ অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংশ। অতীতৰ পৰা বাঁহৰ গুৰুত্ব অপৰিসীম। বাঁহক সেউজীয়া সোণ বুলিও জনা যায়। বাঁহৰ অৰ্থনীতিৰ গুৰুত্ব বুজি উদ্যমী মেঘালী দাসে আৰম্ভ কৰিছে বাঁহে নিৰ্মাণ কৰা আ অলংকাৰ এখন বিপনী লগতে প্ৰশিক্ষণ কেন্দ্র । প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু গৱেষণা প্ৰতিষ্ঠানৰ জৰিয়তে বাঁহৰ সা সামগ্রী প্ৰস্তুত কৰণৰ প্ৰশিক্ষণৰ লগতে বজাৰ দখল কৰিব পৰাকে সুবিধা কৰি দিছে। বেলতলাৰ হাউচিংস্থিত কালি মুকলি হোৱা বিপনী খনত অসম ৰাজ্যিক বেম্ব’ মিচনৰ মধুস্মিতা খাউন্ড, উত্তৰ পূব বাঁহ আৰু বেত উন্নয়ন নিগমৰ অঞ্জল গোস্বামী, ভাৰত চৰকাৰৰ হস্তশিল্প বিভাগৰ সঞ্চালক ইন্দিৰা দেৱী উপস্থিত থাকে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি