গুণোৎসৱৰ কাৰ্য্যসূচীত অংশ লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ৯অক্টোবৰত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰ শিক্ষাখণ্ডৰ অধীনৰ জাৰাপাটা প্ৰাথমিক বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিদ্যালয়খনক আন্তঃ গাঁঠনিকে ধৰি বাকী থকা কামখিনি কৰাৰ বাবে তৎকালীন ব্যৱস্থা ল’বলৈ স্থানীয় বিধায়ক তথা উপাযুক্তক নিৰ্দেশ দিছিল।মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ ভিত্তিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডল-১ দ্বাৰা অতি কম সময়ৰ ভিতৰতে বিশুদ্ধ খোৱাপানী পাত্ৰ সংস্থাপন কৰা হৈছে।বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীকে ধৰি শিক্ষক শিক্ষয়ত্ৰীক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai