আজি বাক্সা জিলাৰ বৰমাত এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।উত্তৰ-পূব ক্ষুদ্ৰ বিত্তীয় ব্যৱসায় প্ৰতিষ্ঠানৰ লগ হৈ পতা এই অনুষ্ঠানৰ নেতৃত্ব লয় ড০ বিপুল কান্ত বৰুৱা আৰু শংকৰ বৰাই।এই বিনামূলীয়া স্বাস্থ্য শিবিৰত মুঠ ১৩০ জন ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয়।ইয়াত বিনামূলীয়াকৈ মধুমেহ, ৰক্তচাপ পৰীক্ষা,ওজন জোখাৰ লগতে বিনামূলীয়া ঔষধ দিয়া হয়।উল্লেখ্য যে আজি পৰীক্ষণ কৰা ৰোগীসকল প্ৰধানকৈ জ্বৰ,কাঁহ,মূৰৰ বিষ,গা বিষ,পেটৰ বিষ আৰু ডায়েবেটিচ সম্বন্ধীয় ৰোগত আক্ৰান্ত হৈছিল।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন