বিনোদনধৰ্মী চেনেল দাপোণ

0 256

IMG-20160930-WA0015

সুখবৰ! অসমৰ সাংস্কৃতিক জগতত নকৈ সংযোজিত হ’ল এক বিনোদনধৰ্মী কেবোল টি ভি চেনেল “দাপোণ”। উল্লেখযোগ্য যে দাপোণ উজনি অসমৰ প্ৰথমটো বিনোদনধৰ্মী চেনেল। সাংস্কৃতিৱান চহৰ যোৰহাটৰ পৰা আত্মপ্ৰকাশ কৰা এই চেনেলটোৱে ৰাজ্যখনৰ লগতে দেশৰ কৃষ্টি সংস্কৃতিৰ বিকাশৰ বাবে সদায় বদ্ধপৰিকৰ বুলি এক প্ৰেছ বিবৃতি যোগে দাপোণ চেনেলৰ মূখ্য প্ৰবন্ধক জ্যোতিময় গোস্বামীয়ে জনাইছে। স্মতৰ্ব্য যে দাপোণ চেনেলটোৰ সম্প্ৰচাৰ আজি সন্ধিয়াৰ পৰা অনাড়ম্বভাৱে আৰম্ভ হ’ব। আগ্ৰহী দৰ্শক সকলে কেবোল যোগে অনুষ্ঠান উপভোগ কৰিব পাৰিব। IMG-20160930-WA0014 

Leave A Reply

Your email address will not be published.