ভাৰতক প্ৰতিনিধিত্ব কৰিব শুভম দাসে

0 323

অক্ষয়ছমাৰ্ক মিষ্টাৰ ইণ্ডিয়াত খিতাপ দখল কৰিছে শুভম দাসে।মহানগৰীৰ পান বজাৰৰ শুভ দাসে ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।জানিব পৰা মতে শুভমে ২০ আগষ্টৰ পৰা ২৫ আগষ্ট থাইলেণ্ডত অনুষ্ঠিত হ’ব লগা এক সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।প্ৰতিযোগিতাখনত শুভমে ভাৰতীয় পৰম্পৰাগত সাজপাৰ পৰিধান কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.