মণিপুৰত গাঁওবুঢ়াই গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ

0 642

উত্তৰ পূৱাঞ্চলত প্ৰথমবাৰৰ বাবে মণিপুৰত ক’ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা পিছত মণিপুৰৰ জনসাধাৰণ সজাগ হৈ উঠিছে ।
 
 
 
সমগ্ৰ ৰাজ্যখনতে কাৰফিউ সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে।ৰাজ্যখনৰ প্ৰায়বোৰ গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
 
 
 
গাঁৱৰ প্ৰৱেশ পথত কাঠ বাঁহৰ প্ৰতিৰোধক স্থাপন কৰি গাঁৱৰ মুৰব্বীৰ ম’বাইল নম্বৰ আঁৰি থোৱা গৈছে।আনহাতে চহৰ অঞ্চলটো সজাগতা অৱলম্বন কৰিছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.