মালয়েছিয়াত উজ্বলিছে অসম কন্যা দীপ্তি চেত্ৰী। মিছ টুৰিজিম এম্বেছাডৰ এছিয়া পেচিফিক ২০২২ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ দীপ্তিয়ে।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৫ খন দেশৰ অৰ্ধশতাধিক প্ৰতিযোগীৰ ভিতৰত অসমৰ হৈ দীপ্তি চেত্ৰীয়ে এই খিতাপ লাভ কৰে।গামোচা মেগা এন্টাৰট্ৰিটমেন্ট প্ৰাইভেট লিমিটেডৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি ধাৰাবাহিক ভাবে এগৰাকী মডেলিং হিচাপে বিভিন্ন দেশত প্ৰতিযোগিতাত অংশগ্রহণ কৰিছে দীপ্তি চেত্ৰীয়ে।উল্লেখ্য যে দীপ্তি চেত্ৰী এগৰাকী মডেল হোৱাৰ সমান্তৰালকৈ ৰে’লৱেৰ এগৰাকী কৰ্মচাৰী। লখিমপুৰ জিলাৰ এক ভিতৰুৱা অঞ্চল চিলনীবাৰিৰ পৰা ওলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দীপ্তিয়ে সুনাম কঢ়িয়াই অনাক লৈ সমগ্ৰ অসমবাসী গৌৰৱাম্বিত।
Trending
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে