অসম ডন বস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ উদ্যোগত “লক্ষ্য নিৰ্ধাৰণৰ বাবে কেৰিয়াৰ সজাগতা শীৰ্ষক এখন আলোচনা চক্ৰ ৫ নৱেম্বৰত অনুষ্ঠিত হয় । আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁই । তেওঁ লক্ষ্য নিৰ্ধাৰণৰ বাবে সঠিক কেৰিয়াৰ পথ কেনেকৈ বাছি ল’ব লাগে সেই বিষয়ে আলোচনা কৰে৷কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা শিক্ষাৰ্থীসকলে কেনেকৈ এটা সফল কেৰিয়াৰ গঢ়ি তুলিব পাৰে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰে।আলোচনা চক্ৰখনত যান্ত্রিক অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদে, পল্লৱ গগৈ, প্ৰাঞ্জল শৰ্মা ,হৰজিৎ দাস আৰু কমলদীপ কলিতাইও বক্তব্য ৰাখে।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ