শ্ৰমিক নেতা সন্তোষ কুমাৰ তপ্নৰ মৃত্যু তিথিৰ লগত সঙ্গতি ৰাখি মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত কালি অনুষ্ঠিত হয় শ্ৰমিক কল্যাণ দিৱস। শ্ৰমিক কল্যাণ বিভাগে আয়োজন কৰা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি চাহ জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কৃষাণে কয় যে শ্ৰমিক সকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰীৰ সবল নেতৃত্বত শ্ৰমিক সকলে এনে সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। দিৱসৰ লগত সংগতি ৰাখি তিনিটা উদ্যোগক সম্বৰ্দ্ধনা জনোৱা লগতে মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।এই দিৱসৰ কাৰ্যসূচীত শ্ৰমিক কল্যাণ বিভাগৰ সচিবৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ