তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত সাংবাদিকৰ চিকিৎসা কল্যাণ আঁচনিৰ অধীনত এইবা ৬ গৰাকী সাংবাদিকলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ’ব।প্ৰদান কৰিব লগীয়া ধনৰ পৰিমাণ ২,৪৩,৭০৮ টকা।তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱালৰ অধ্যক্ষতাত সঞ্চালক অনুপম চৌধুৰী আৰু নিৰ্বাচন সমিতিৰ সদস্য সকলৰ উপস্থিতিত যোৱা ১৩ জুনত অনুষ্ঠিত বৈঠকত উক্ত আঁচনিৰ বাবে আবেদন কৰা সাংবাদিক সকলৰ মাজৰ পৰা ৬ গৰাকী সাংবাদিকক নিৰ্বাচিত কৰা হয়।নিৰ্বাচিত সাংবাদিক কেইগৰাকী হ’ল মনোৰঞ্জম মৰাণ, আদিত্য শইকীয়া, পংকজ সৰকাৰ,বিকাশজ্যোতি মহন্ত,খনীন ডেকা আৰু কুঞ্জমোহন ৰায়।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing