বিজেপিয়ে শনিবাৰে বিজেপি অসম প্ৰদেশৰ সভাপতি হিচাপে ভবেশ কলিতাক নিযুক্তি দিয়াৰ সমান্তৰালকৈ সাৰদা দেৱীক মণিপুৰ বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে ।এই নিযুক্তিসমূহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙে বিবৃতি জাৰি কৰে ।অসম বিধানসভাৰ বৰ্তমানৰ বিধায়ক কলিতাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ নৱগঠিত চৰকাৰৰ মন্ত্ৰী হোৱা ৰণজিৎ কুমাৰ দাসৰ স্থান ল’ব। আনহাতে সাৰদা দেৱীয়ে চাইখোম তিকেন্দ্ৰ সিঙৰ স্থান ল’ব ।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing