বিশেষ ভাবে সক্ষম লোক সকলৰ হৈ ৰঙিয়া নগৰৰ মাজমজিয়াস্থিত গান্ধীমণ্ডপ প্ৰাংগনত গৰীৱ নন্দন জনকল্যাণ সমিতি নামৰ বেচৰকাৰী সংস্থাটোৱে আজি এক অৱস্থান ধৰ্ঘঘট পালন কৰে । সংস্থাটোৰ সভাপতি বিপুল কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে,ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া মহকুমাতো গৰিষ্ঠসংখ্যক বিশেষ ভাৱে সক্ষম লোক বঞ্চিত হৈ আছে । চৰকাৰৰ দিব্যাংগ পেঞ্চনটোৰ বাবে বাট চাই চাই কিছুমানৰ মৃত্যু হ’ল, একাংশৰ আকৌ দিব্যাংগ প্ৰ-পত্ৰখনৰ ম্যাদ উকলিল,কিন্তু কোনো সুফল লাভ নকৰিলে চৰকাৰী আচঁনিৰ। কলিতাই চৰকাৰক অনুৰোধ কৰি কয় যে, অহা দহ ফেব্ৰুৱাৰীৰ ভিতৰত এই বঞ্চিত লোক সকলৰ পেঞ্চনটো যেন মোকলাই দিয়াৰ ব্যৱস্থা কৰে।
Trending
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ