চেনেহৰ ৰঙালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী। তেনে সময়তে মহানগৰীৰ Ayursundra Superspeciality Hospital আয়োজন কৰে ৰঙালী বিহুৰ লগতে সংগতি ৰাখি অনুষ্ঠান। মহানগৰীৰ কটাহবাৰীস্থিত হস্পিতালৰ প্ৰাংগনত আয়োজন কৰা এই অনুষ্ঠান টোৰ আৰম্ভণিতে ৰোগী সকলক বিহুৰ উপলক্ষ্যে আৰোগ্য কামনা কৰি ফুলৰ থোপা আৰু বিহুৱান দিয়া হয়। আনহাতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। হস্পিতালখনত কৰ্মৰত বহুকেইগৰাকী কৰ্মীয়ে বিহুগীত, বাগৰুম্বা আদি পৰিবেশন কৰি দৰ্শকক আমোদ দিয়ে। অনুষ্ঠানটোত অভিনেত্ৰী নিশিতা গোস্বামী, পৰিচালক ৰাজেশ ভূঞা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মৃদুল হাজৰিকা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল।
Trending
- মুখ্যমন্ত্ৰীক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ

