স্বচ্ছতাৰ দিশে এখোজ

2 328

IMG-20170306-WA0038

পৰিবৰ্ত্তন কোনেনো নিবিচাৰে? ৰজাৰ পৰা প্ৰজালৈকে, ধনীৰ পৰা দুখীয়া জনলৈকে সকলোৱে পৰিবৰ্ত্তন বিচাৰে। সেয়া লাগিলে ৰাজনীতিৰ ক্ষেত্ৰতেই হওক, অথবা সমাজ নীতিৰ ক্ষেত্ৰতেই হওক, সেইটো বিষয় নহয়। মুঠতে সকলোৱে পৰিবৰ্ত্তন বিচাৰে। আমিও পৰিবৰ্ত্তন বিচাৰো, পৰিবেশ তথা সমাজখনত ইতিবাচক পৰিবৰ্ত্তন হয়। তাৰ উদ্দেশ্যে আহবান জনাইছিলো, পাৰিপাশ্বিক পৰিবেশ স্বচ্চ কৰি ৰখা অথবা পলিথিন বৰ্জন কৰা। প্ৰিয় পাঠক, আপোনাক জনাবলৈ পাই সুখী হৈছো যে গাঁও বিলাকে ইতিমধ্যে স্বচ্চতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। এনে এখন গাঁও হ’ল দক্ষিণ কামৰূপৰ ভেৰভেৰী নামৰ গাঁওখন। চান্দডুবিৰ সমীপৱৰ্ত্তী গাওখনৰ সিন্ধান্ত অনুসৰি প্ৰত্যেক ঘৰৰ সন্মুখত বাঁহৰ Dustbin ৰখাতো বাধ্যতামূলক হৈ উঠিছে। যাৰ বাবে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত সম্ভাৱনা পৰিলক্ষিত হৈছে। প্ৰিয় পাঠক, এনে কোনো যদি ভাল খবৰ, আপুনি জ্ঞাত, আমালৈ ই-মেইল কৰিব পাৰে। আমাৰ ই মােইল- [email protected] ইতিবাচক খবৰৰ বাবে চাবলৈ নাপাহৰিব www.nefocus.com

2 Comments
  1. Dr. Nilim Konwar says

    Nice one. I appreciate your effort in trying to build a positive Assamese portal.

  2. Sangeetasaikia says

    thankyou

Your email address will not be published.