আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব মিছিং ছবি

0 537

Li:len The Ray of Hope আশাৰ ৰেঙনি এই চিনেমাখন আন্ত:ৰাষ্ট্ৰীয় ঢাকা চিনে মেকিং ইন্টাৰনেশ্যনেল ফ্লিম এৰ্ৱাডত প্ৰদৰ্শিত হ’ব।মিছিং জনজাতিৰ বাস্তৱ কাহিনীৰ ওপৰত নিৰ্মিত এই ছবিখনত এটা বংশগত ৰোগৰ অন্ধবিশ্বাস আৰু বাস্তৱ কাহিনীৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে।
 
 
এই চিনেমাখন পৰিচালনা কৰিছে নাৰায়ণ শীলে।চিনেমাখনৰ দৃশ্যায়ন হৈছে ধেমাজি চিলাপথাৰত। বহু গৰাকী নৱাগত শিল্পীৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিনেতাই চিনেমাখনত অংশগ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.