১০ নৱেম্বৰত পৰ্যটকৰ বাবে মুকলি হ’ব পবিতৰা

0 187

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।১০ নৱেম্বৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব পবিতৰা অভয়াৰণ্য।সুদীৰ্ঘ ৭ মাহৰ বিৰতিৰ অন্তত মুকলি কৰা হ’ব অভয়াৰণ্যখন।
 
 
 
উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহৰ পৰা পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ হৈ আছিল।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছত পবিতৰা অভয়াৰণ্যত সৰ্বাধিক গঁড় আছে।বানপানীৰ ফলত পবিতৰা অভয়াৰণ্যৰ জীৱ-জন্তু,গছ-গছনিকে ধৰি কেম্পসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল।

Leave A Reply

Your email address will not be published.