আমাৰ হয়তো ভাষা বেলেগ হ’ব পাৰে, জীৱন যাপন কৰা ঠাই সুকীয়া হ’ব পাৰে, কিন্তু আমাৰ মাজতো আছে আপোনাৰ দৰে ব্যস্ততা । জীৱনত অগ্ৰসৰ হোৱাৰ অযুঁত হেপাহ। ছবিকেইখন দেখি মনলৈ অহা ভাববোৰ শব্দৰে ধৰি ৰাখিবলৈ চেষ্টা কৰা হ’ল। আহকচোন, মনৰ খোৰাকৰ বাবে কিছু সময় অৰণ্যতে বুৰ যাও, কিজানি বিচাৰি পাও জীৱনৰ প্ৰকৃত ৰং।
Trending
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন
- অসমতো দিল্লীৰ আৰ্হিৰ স্কুল আৰু মহল্লা ক্লিনিক নিৰ্মাণৰ লক্ষ্য আপৰ
- IDE Bootcamp at ADBU
সুন্দৰ ।