চৰাইৰ দৰে হ’বলৈ কোনে নিবিচাৰে ? কাৰণ চৰাইৰ হ’ল মুক্ত মনৰ জীৱ । যেনিয়েই মন যায়, মন গ’লে উৰি যাব পাৰে দূৰ দিগন্তলৈ অথবা বিলীন হ’ব পাৰে প্ৰকৃতিৰ মাজত । তেনে কিছুমান স্থানীয় ভাবে পোৱা চৰাই চিত্ৰই আজি ৰং- বিৰঙ শিতানটো সজোৱা হৈছে । যোৰহাট কিন্দুগুৰিৰ ৰিতুৰাজ বৰুৱাৰ কেমেৰাৰ লেন্সত আৱদ্ধ কৰা কেইখনমান স্থিৰচিত্ৰ প্ৰকাশ কৰা হ’ল।
Trending
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri




