অসমীয়া সোনৰ গহনাৰে পৰিচয় পোৱা যুৱকজন

2 326

ঘৰুৱা অসুবিধাৰ বাবে বিদ্যালয়ৰ পঢ়া-শুনা মই সম্পূৰ্ণ কৰিব নোৱাৰিলো, যি পঢ়াৰ বাবে মন মেলিছিলোঁ তাকো আধাতে ইতি পেলালোঁ । উপায়হীন এখন সোনৰ দোকানতে কাম শিকো । লাহে লাহে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰো । এই ভাষ্য চাহিদা অনুসৰি ঘৰতে সুলভভাবে অসমীয়া সোনৰ গহনা যোগান ধৰিব পৰা জিতুমনি বেজবৰুৱাৰ ।

 IMG-20160913-WA0002

উল্লেখযোগ্য যে জিতুমনি বেজবৰুৱাই অসমৰ বিভিন্ন ঠাইত নিজে প্ৰস্তুত কৰা গহনা যোগান ধৰে । আৰ্থিক দুৰাৱস্থাৰ বাবে জিতুমনিয়ে ইচ্ছা থাকিও পঢ়া-শুনা কৰিব নোৱাৰিলে যদিও হাত সাবটি বহি নাথাকিল ।

IMG-20160913-WA0003

প্ৰথমে এখন সোনাৰী দোকানৰ পৰা জিতুমনিয়ে কৰ্ম জীৱনৰ আৰম্ভণি কৰে । জিতুমনিয়ে সোনৰ বিভিন্ন ধৰনৰ গহনা প্ৰস্তুত কৰি গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰ আদি অসমৰ বিভিন্ন জিলাত অৰ্ডাৰ অনুসৰি যোগান ধৰে । এই সম্পৰ্কে ইচ্ছুক সকলে 9707586464 নম্বৰত যোগাযোগ কৰি অৰ্ডাৰ দিব পাৰে । জিতুমনিৰ কৰ্মোদ্যম অটুট থাকক তাৰ বাবে আমাৰ বহু শুভকামনা থাকিল ।

2 Comments
  1. Khandakar Asifa yasmin says

    Very good website it will help all of us.

    1. admin says

      Thank You …………….

Leave A Reply

Your email address will not be published.