সম্প্ৰসাৰিত হোৱা অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ হৈছে। nefocus.com হাতত পোৱা তালিকা অনুসৰি ৭ জন নতুন মন্ত্ৰীয়ে পোৱা দপ্তৰ সমূহ হ’ল এনেধৰণৰ.. সিদ্ধাৰ্থ ভট্টাচাৰ্যক শিক্ষা, কাৰিকৰী আৰু আইন বিভাগ, ছুম ৰংহাংক পাৰ্বত্য অঞ্চল উন্নয়ন। ফণীভূষণ চৌধুৰীক খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু পেঞ্চন বিভাগত। চন্দন ব্ৰহ্মক পৰ্যটন আৰু পৰিবহণৰ দায়িত্ব অৰ্পন। ভৱেশ কলিতাক জলসম্পদ আৰু ৰাজহ বিভাগত, তপন কুমাৰ গগৈক শক্তি, গড়কাপ্তানি বিভাগত, পিযুষ হাজৰিকাক গ্ৰাম্য উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে।
Trending
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
উৎকৃষ্ট বাতৰি …