নৱ নিযুক্ত মন্ত্ৰীক দপ্তৰৰ বিতৰণ

1 427

সম্প্ৰসাৰিত হোৱা অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ হৈছে। nefocus.com হাতত পোৱা তালিকা অনুসৰি ৭ জন নতুন মন্ত্ৰীয়ে পোৱা দপ্তৰ সমূহ হ’ল এনেধৰণৰ.. সিদ্ধাৰ্থ ভট্টাচাৰ্যক শিক্ষা, কাৰিকৰী আৰু আইন বিভাগ, ছুম ৰংহাংক পাৰ্বত্য অঞ্চল উন্নয়ন। ফণীভূষণ চৌধুৰীক খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু পেঞ্চন বিভাগত। চন্দন ব্ৰহ্মক পৰ্যটন আৰু পৰিবহণৰ দায়িত্ব অৰ্পন। ভৱেশ কলিতাক জলসম্পদ আৰু ৰাজহ বিভাগত, তপন কুমাৰ গগৈক শক্তি, গড়কাপ্তানি বিভাগত, পিযুষ হাজৰিকাক গ্ৰাম্য উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে।

1 Comment
  1. Garments Math Das says

    উৎকৃষ্ট বাতৰি …

Your email address will not be published.