চানডুবিৰ পাৰত বলিউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱট।অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া এখন ছবিৰ দৃশ্যগ্ৰহণৰ বাবে লোকেশ্যন বিচাৰি চানডুবিত উপস্থিত হয় কংগনা ৰানাৱট।জানিব পৰা মতে মঙলবাৰে নিশাটো কাজিৰঙাত পাৰ কৰিব অভিনেত্ৰীগৰাকীয়।উল্লেখ্য যে বলিউডৰ কুইন খ্যাত অভিনেত্ৰী কংগনা ৰানাৱটে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিবলগীয়া ছবি ইমাৰ্জেন্সিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব।এই ছবিখনৰে দৃশ্যগ্ৰহণৰ প্ৰাক ক্ষণত অসমত উপস্থিত হৈ চানডুবি পৰিদৰ্শন কৰে কংগনাই।কংগনাৰ উপৰিও ছবিখনত অভিনয় কৰিব অনুপম খেৰ, মহিমা চৌধুৰী, বিশক নাইৰ, আৰু শ্ৰেয়াছ তালপডেয়ে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী