লাভলীনাই লাভ কৰিব অৰ্জুন বঁটা

1 468

অসমবাসীৰ বাবে এটা ভাল খবৰ । দেশৰ ক্ৰীড়াজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে  লাভলীনা বৰগোহাঁইক কেন্দ্ৰীয় চৰকাৰে অৰ্জুন বঁটাৰে বিভূষিত কৰিছে ।লাভলীনা অসমৰ ষষ্ঠগৰাকী খেলুৱৈ হিচাপে অৰ্জুন বঁটা লাভ কৰিছে।অহা ২৯ আগষ্টত এই বঁটা প্ৰদান কৰিব।
 
 
 
 
লাভলীনাৰ এই সফলতাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জ্ঞাপন কৰি কয় যে, লাভলীনাৰ এই কৃতিত্বই আমাৰ যুৱ প্ৰজন্মক প্ৰেৰণা যোগোৱাৰ লগতে উঠি অহা খেলুৱৈ সকলক নতুন উদ্যমেৰে আগুৱাই যাবলৈ উদ্ধুদ্ধ কৰিব।লাভলীনাৰ এই সফলতাৰ খবৰে গোলাঘাটবাসীক  উৎফুল্লিত কৰি তুলিছে।

1 Comment
  1. প্রদীপ মৰাণ says

    সুন্দৰ

Your email address will not be published.