সেউজ ধৰা আঁচনি শুভাৰম্ভ

0 306

শোণিতপুৰ জিলাৰ বালিপৰা পঞ্চায়তৰ অধীনত আজিৰে পৰা সেউজ ধৰা অাঁচনিৰ শুভাৰম্ভ  হয় । পঞ্চায়তৰ জৰিয়তে গছপুলি ৰোপন কৰি ধৰা সেউজীকৰণ কৰাৰ লগতে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে লোৱা পদক্ষেপৰ অংশৰূপে আজি বালিপৰাৰ আঞ্চলিক পঞ্চায়তৰ তৰফৰপৰা কুমুদা সুন্দৰী সেন বিদ্যালয় প্ৰাঙ্গনত- ২০১৯-২০ বৰ্ষৰ এম জি এনৰেগাৰ অধীনত ৫০০ গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে । এই উপলক্ষে অনুষ্ঠানৰ শুভাৰম্ভ কৰে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ বিষয়া ক্ষীৰোদ কমল হাজৰিকা আৰু আৰক্ষী বিষয়া নোমল মাহাতুৱে ।

Leave A Reply

Your email address will not be published.