২৫ জানুৱাৰীৰ পৰা শ্বুটিং আৰম্ভ হ`ব গেংছ অফ এ ফেমিলি

0 221

জ্যোতি চিত্ৰবনত অলপতে গেংছ অফ এ ফেমিলি শীৰ্ষক এখন চিনেমাৰ মুহুৰত অনুষ্ঠিত হয়।জাভেদ কাইছাৰৰ পৰিচালিত এই চিনেমাখন আগৰকাঠ ৰপ্তানিকৰ্তাৰ জীৱনৰ আধাৰত নিৰ্মিত হৈছে।চিনেমাখনৰ শ্বুটিং ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ`ব।

Leave A Reply

Your email address will not be published.