আৰু মাত্ৰ এটা দিনৰ পাছতেই অসম চুক্তিৰ আধাৰত নিৰ্মীয়মান হোৱা দেশৰ অন্যতম দীৰ্ঘতম বগীবিল দলং মুকলি হ’ব।যাতায়ত তথা যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ২৫ডিচেম্বৰ ঐতিহাসিক দিন হিচাপে বিবেচিত হ’ব ।বিশেষকৈ অসমৰ উত্তৰ আৰু দক্ষিণ পাৰৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ হ’ব লগতে অসম আৰু অৰুণাচলপ্ৰদেশৰ মাজত যাতায়ত কৰোতে লগা সময়ৰ দূৰত্ব হ্ৰাস হ’ব।বগীবিল দলং ভাৰতৰ পঞ্চম খন দীৰ্ঘতম দলং ।দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৪.৯কি মিটাৰ।উল্লেখযোগ্য যে এইখন অহা ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন