ৰাষ্ট্ৰীয় বাল পুৰস্কাৰে সন্মানিত হৈছে নাজিৰাৰ এগৰাকী কণমানি শিল্পী।ধিতিস্মান চক্ৰৱৰ্তী নামৰ নাজিৰাৰ শিশুশিল্পীগৰাকীয়ে ব্লকচেইন পদ্ধতিৰে আজি ভাৰত চৰকাৰৰ পৰা মানপত্ৰ আৰু নগদ ধন লাভ কৰিছে।ধিতিস্মানে বৰ্তমানলৈকে ৮টা ভাষাত ৭০টাকৈ অধিক গীত বাণীবদ্ধ কৰিছে।মাত্ৰ ডেৰবছৰ বয়সৰ পৰা সংগীতৰ জগতত খোজ পেলোৱা ধিতিস্মানে অসমীয়া,হিন্দী,ইংৰাজীৰ উপৰিও বাংলা ভাষাতো গীত পৰিবেশন কৰিব পাৰে।কিছুদিন পূৰ্বে ধিতিস্মানে মাকৰ সৈতে পৰিবেশন কৰা ´তোমাৰ মৰমে মোৰ,দেহত তুলিলে ঢৌ `শীৰ্ষক গীতটোৱে চ`চিয়েল মেডিয়াত বেচ জনপ্ৰিয়তা লাভ কৰিছিল।ধিতিস্মান শিৱসাগৰৰ অ এন জি চিৰ আৱাসিক এলেকাৰ বাসিন্দা দেৱজিত চক্ৰৱৰ্তী আৰু সোনম চক্ৰৱৰ্তী পুত্ৰ।
Trending
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop