শোণিতপুৰ জিলাৰ বালিপৰা পঞ্চায়তৰ অধীনত আজিৰে পৰা সেউজ ধৰা অাঁচনিৰ শুভাৰম্ভ হয় । পঞ্চায়তৰ জৰিয়তে গছপুলি ৰোপন কৰি ধৰা সেউজীকৰণ কৰাৰ লগতে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে লোৱা পদক্ষেপৰ অংশৰূপে আজি বালিপৰাৰ আঞ্চলিক পঞ্চায়তৰ তৰফৰপৰা কুমুদা সুন্দৰী সেন বিদ্যালয় প্ৰাঙ্গনত- ২০১৯-২০ বৰ্ষৰ এম জি এনৰেগাৰ অধীনত ৫০০ গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে । এই উপলক্ষে অনুষ্ঠানৰ শুভাৰম্ভ কৰে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ বিষয়া ক্ষীৰোদ কমল হাজৰিকা আৰু আৰক্ষী বিষয়া নোমল মাহাতুৱে ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী