আজি মহালয়া।সমগ্ৰ ৰাজ্যজুৰি উদযাপিত হৈছে এই মহালয়া উৎসৱ ।মহালয়া উদযাপিত হয় দুৰ্গাপূজাৰ প্ৰাকমহূৰ্ত্বত।প্ৰচলিত মত অনুসৰি মা দুৰ্গা কৈলাস পৰ্বতৰ পৰা ধৰালৈ মহালয়া দিনা আগমনি হয়।দেৱী ধৰাত ১০ দিন ধৰি থাকে।মহিষাসুৰক দেৱীয়ে বধ কৰিছিল।দেৱী দুৰ্গাক ৯টা ৰূপক পূজাৰ কেইদিন আৰাধনা কৰা হয়।দেৱী আগমনৰ এই বিশেষ দিনতো সেয়েহে বিশেষ পবিত্ৰ দিন হিচাপে গণ্য কৰি আহিছে ।মহালয়া উপলক্ষে পুৱতি নিশাৰ পৰা দেৱী বন্দনা, প্ৰভাতী ফেৰী, শোভাযাত্ৰা অনুষ্ঠিত হয়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন