বাইক চলাই ভালপোৱা এজন যুৱক।নাম ৰাকেশ চৌধুৰী।ঘৰ পাঠশালাত । যুৱকজনে পূৰ্বতেও বাইক ৰাইডিঙত গৈছে।আৰু এইবাৰো ৫ ডিচেম্বৰৰ পৰা তেখেতে যাত্ৰা আৰম্ভ কৰিছে।যাত্ৰাৰ সঙ্গী তেখেতৰ পত্নী। লক্ষ্য ভাৰতবৰ্ষৰ ভিতৰৰ ৰাজ্যসমূহ পৰিভ্ৰমণ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলোৱা।জানিব পৰা মতে ইতিমধ্যে কেইবাখনো ৰাজ্য অতিক্ৰম কৰিছে।ঠায়ে ঠায়ে বাইক ৰাইাডাৰ্চৰ সংস্থাবিলাকৰ কৰ্মকৰ্তাসকলে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াইছে ।প্ৰতিদিনে ৰাকেশ চৌধুৰীয়ে ৰাতিপুৱাৰে পৰা সন্ধিয়া ভাগলৈকে প্ৰায় ৫০০ কি.মি. বাইক চলোৱাৰ প্ৰয়াস কৰিছে।স্মৰ্তব্য যে অহা ২২ ডিচেম্বৰত গুৱাহাটীত তেখেত সকলে এই যাত্ৰা সামৰণি মাৰিব ।খবৰ যুগুতালে গীতাঞ্জলী গগৈয়ে..
Trending
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি