আজি বিশ্ব এইডছ দিৱস। আন আন ঠাইৰ লগতে ওদালগুৰি জিলাতো আজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এইডছ দিৱস পালন কৰা হয়। এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্য ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দৰ সভা ঘৰত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অভিজিত বসুৱে সভাপতিত্ব কৰা অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ(district legal services authority) সম্পাদক অজয় বসুমতাৰী, ৰেড ক্ৰছ ছছাইটিৰ সভাপতি শৰৎ বসুমতাৰী, জিলা এইডছ নিয়ন্ত্ৰন বিষয়া ডা. গণেশ ব্ৰহ্ম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ডিপিএম টপচিল বাছিলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। লগতে পিৰামল ফাউণ্ডেশ্যন, আহানা, জনশক্তি, এম আৰ ডি এছ আদি বিভিন্ন এনজিঅ’ ই এই অনুষ্ঠনত অংশগ্ৰহণ কৰে।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ