চৰাইৰ দৰে হ’বলৈ কোনে নিবিচাৰে ? কাৰণ চৰাইৰ হ’ল মুক্ত মনৰ জীৱ । যেনিয়েই মন যায়, মন গ’লে উৰি যাব পাৰে দূৰ দিগন্তলৈ অথবা বিলীন হ’ব পাৰে প্ৰকৃতিৰ মাজত । তেনে কিছুমান স্থানীয় ভাবে পোৱা চৰাই চিত্ৰই আজি ৰং- বিৰঙ শিতানটো সজোৱা হৈছে । যোৰহাট কিন্দুগুৰিৰ ৰিতুৰাজ বৰুৱাৰ কেমেৰাৰ লেন্সত আৱদ্ধ কৰা কেইখনমান স্থিৰচিত্ৰ প্ৰকাশ কৰা হ’ল।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika