সুৰৰ যাদুৰে সকলোকে মোহিত কৰিব পৰা এজন ব্যক্তি।নাম জুবিন গাৰ্গ ।ব্যক্তিজনৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে মোহিত কৰে।দেখাত সাধাৰণ যেন লগা ব্যক্তিজনৰ কথা বতৰাত নিহিত হৈ থাকে সমাজ সেৱাৰ মনোভাৱ, সমাজলৈ ব্যতিক্ৰমভাৱে কিবা এটা কৰাৰ মনোভাৱ ।সেয়ে গান জৰিয়তে তেখেতে সমাজক দিছে নতুনৰ সন্ধান ।বানপানীৰ সময়তে হওক অথবা আৰ্তজনৰ বিপদৰ সময়তে হওক, তেখেত হৈ পৰে, একোজন ত্ৰাণকৰ্তা।যাৰ বাবে তেখেত সকলোৰে আপোন।শিশুসুলভ আচৰণ, প্ৰকৃতি প্ৰেম জুবিন গাৰ্গৰ ব্যক্তিত্বৰ অন্য এক ৰূপৰেখা। তেখেতৰ কণ্ঠৰ গানে বহুতৰ প্ৰাণত আনন্দৰ সঞ্চাৰ কৰে।জীয়াবলৈ সঞ্জীৱনী যোগায়।সেইজনা বিশেষ ব্যক্তিৰ ওপজা দিনত এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা বহু শুভকামনা জনালো ।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা