সুৰৰ যাদুৰে সকলোকে মোহিত কৰিব পৰা এজন ব্যক্তি।নাম জুবিন গাৰ্গ ।ব্যক্তিজনৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে মোহিত কৰে।দেখাত সাধাৰণ যেন লগা ব্যক্তিজনৰ কথা বতৰাত নিহিত হৈ থাকে সমাজ সেৱাৰ মনোভাৱ, সমাজলৈ ব্যতিক্ৰমভাৱে কিবা এটা কৰাৰ মনোভাৱ ।সেয়ে গান জৰিয়তে তেখেতে সমাজক দিছে নতুনৰ সন্ধান ।বানপানীৰ সময়তে হওক অথবা আৰ্তজনৰ বিপদৰ সময়তে হওক, তেখেত হৈ পৰে, একোজন ত্ৰাণকৰ্তা।যাৰ বাবে তেখেত সকলোৰে আপোন।শিশুসুলভ আচৰণ, প্ৰকৃতি প্ৰেম জুবিন গাৰ্গৰ ব্যক্তিত্বৰ অন্য এক ৰূপৰেখা। তেখেতৰ কণ্ঠৰ গানে বহুতৰ প্ৰাণত আনন্দৰ সঞ্চাৰ কৰে।জীয়াবলৈ সঞ্জীৱনী যোগায়।সেইজনা বিশেষ ব্যক্তিৰ ওপজা দিনত এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা বহু শুভকামনা জনালো ।
Trending
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন