ৰাজ্যত নিষিদ্ধ হ’ব লালিগুড়। উপায়ুক্তক লালিগুড় নিষিদ্ধ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অবৈধ সুৰা সেৱনৰ ক্ষতিকাৰক দিশসমূহ ৰাইজক অৱগত কৰোৱাৰ বাবে বিভিন্ন স্থানত সচেতনতাৰ কাৰ্যসূচী গ্ৰহণৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । সুৰা ট্ৰেজেডীত ঘাতমাউৰা হোৱা শিশুৰ প্ৰতিপালনৰ ব্যৱস্থা ল’ব ৰাজ্য চৰকাৰে। জুভেনাইল জাষ্টিচ আইনৰ অধীনত ল’ব পদক্ষেপ। জনতা ভৱনত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত। বৈঠকত উপস্থিত আছিল মন্ত্ৰী পল্লৱলোচন দাস, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, শ্ৰম বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ঞু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ লগতে ৰাজহ আৰু শ্ৰম বিভাগৰ বহু কেইগৰাকী বিষয়া ।
Trending
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান